Home ৰাজ্যনাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চাবুৱাত জাতীয় সংগঠনৰ উদ্যোগত উত্তাল প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চাবুৱাত জাতীয় সংগঠনৰ উদ্যোগত উত্তাল প্ৰতিবাদ

by News Desk
52 views
A+A-
Reset

newsnextone.com | ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰীয়ে৷ সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷

মুঠৰ ওপৰত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এতিয়া জ্বলিব ধৰিছে সমগ্ৰ ৰাজ্য৷ বিধেয়কখনৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল মুখ্যমন্ত্রী গৃহ জিলাৰ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সমূহৰ লগতে লাহোৱালবাসীয়ে জোঁৰ সমদল উলিয়াই আৰু ১ ঘণ্টা পথ অৱৰোধ কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷ বিধেয়কখন বাতিলৰ দাবীত বিভিন্ন শ্ল’গানে প্ৰতিবাদ সাবস্ত কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0