56
newsnextone.com | চাবুৱাঃ ডিব্ৰুগড় জিলাৰ চাবুৱাত শুকুৰবাৰে পুৱতি নিশা সংঘটিত ভয়াবহ পথ দুৰ্ঘটনাত তিনিজনকৈ লোকে প্ৰাণ হেৰুৱাব লগা হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
মণিকা কুমাৰ নামৰ মহিলাগৰাকী আৰু মহিলাগৰাকীৰ দুই পুত্ৰ প্ৰিয়ম কুমাৰ আৰু সঞ্জীৱ কুমাৰ দুৰ্ঘটনাত নিহত হয়৷