Home ৰাজ্যমুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিৰ চাবুৱা নগৰত পুখুৰী সদৃশ গাঁত

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিৰ চাবুৱা নগৰত পুখুৰী সদৃশ গাঁত

by News Desk
68 views
A+A-
Reset

newsnextone.com | ডিব্ৰুগড়ঃ ৰাজ্যৰ আন প্ৰান্তত নহয় খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিৰ চাবুৱা নগৰৰ কদৰ্য ৰূপে ৰাইজক চিন্তিত কৰি তুলিছে৷ যদি মুখ্যমন্ত্ৰীগৰাকীৰ গৃহ সমষ্টিৰ টাউন খনতে এনে অৱস্থা তেন্তে ৰাজ্যৰ আন প্ৰান্তৰ অৱস্থা কেনে হ’ব পাৰে বুলিও প্ৰশ্ন উত্থাপন কৰে৷

মুখ্যমন্ত্ৰীগৰাকীৰ গৃহ জিলা ডিব্ৰুগড়ৰ চাবুৱাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ এমইএছ তিনিআলিৰ মাজমজিয়াত পুখুৰী সদৃশ গাঁতৰ বাবে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে৷ প্ৰতিদিনে পানী জমা হৈ থকা দৃশ্য প্ৰত্যক্ষ কৰি একাংশ লোকে গাঁত সমূহক বৰপুখুৰী আখ্যা দিয়ে৷ মুখ্যমন্ত্ৰীৰ জিলাৰ গড়কাপ্তানী বিভাগৰ চকুত নপৰা বৰপুখুৰী সদৃশ গাঁত সমূহ মাছ পোনা এৰি দিবলৈ কৈ ৰাইজে কটুক্তি কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0