Home দেশছট্টীছগড়ত পুৱতি নিশা বিএছএফৰ দলক আক্ৰমণ মাওবাদীৰ, দুই জোৱান শ্বহীদ

ছট্টীছগড়ত পুৱতি নিশা বিএছএফৰ দলক আক্ৰমণ মাওবাদীৰ, দুই জোৱান শ্বহীদ

by News Desk
74 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ পুনৰ মাওবাদীৰ আক্ৰমণত দুই জোৱান শ্বহীদ হয়৷ ছট্টীছগড়ত নিৰাপত্তাৰক্ষীৰ ওপৰত ভয়াবহ আক্ৰমণ সংঘটিত কৰে মাওবাদীয়ে৷ এই আক্ৰমণত বিএছএফৰ দুই জোৱানে মৃত্যুক আকোৱালি লয়৷ শনিবাৰে পুৱাই হঠাৎ বিএছফৰ এটা দলক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ ইতিমধ্যে ঘটনা সংঘটিত এলেকাত অভিযান তীব্ৰতৰ কৰি তুলিছে সেনা-আৰক্ষীয়ে৷ 

কাংকেৰ জিলাৰ পৰতাপুৰ আৰক্ষী থানা এলেকাত সংঘটিত হয় ঘটনা৷ বিএছএফৰ জোৱানক লক্ষ্য কৰি পুৱতি নিশা ৩ বাজি ৪৫ মিনিটত মাওবাদীয়ে পহৰা দি থকাৰ সময়তে ধাৰাষাৰ গুলীবৰ্ষণ কৰে৷ গুলীবৰ্ষণত বিএছএফৰ জোৱান মুখতিয়াৰ সিং আৰু লোকেন্দ্ৰ সিং শ্বহীদ হয়৷ আন এজন জোৱান গুৰুতৰ ভাৱে আহত হয়৷ শ্বহীদ জোৱানৰ মৃতদেহ পংজোৰৰ ১১৪ নং বিএছএফৰ বেটেলিয়ানৰ মুখ্য কাৰ্যালয়লৈ অনা হৈছে৷ কাৰ্যালয়ত বিএছএফৰ উচ্চ পদস্থ বিষয়াই শেষ শ্ৰদ্ধাঞ্জলি যাচে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0