68
ডিজেটেল ডেস্কঃ ভাৰতবৰ্ষ এখন বিচিত্ৰ দেশ ৷ বিচিত্ৰ দেশ খনত প্ৰতিদিনে সংঘটিত হয় বিচিত্ৰ ঘটনা।দেশত ধনী-দৰিদ্ৰ সকলোৱে বাস কৰে। দেশৰ বিত্তশীল তথা প্ৰভাৱশালী লোকসকলৰ কথা নিতৌ সংবাদ মাধ্যমত প্ৰকাশ পায় নতুবা চৰ্চা হয়।
কিন্তু দৰিদ্ৰ-শ্ৰমিকৰ খবৰ খুব কমেই প্ৰচাৰ হয়। কিন্তু সময়ে সময়ে বিশেষ কাৰণত একো একো জন সাধাৰণ লোক তথা দৰিদ্ৰৰ খবৰ প্ৰকাশ কৰিবলৈ বাধ্য হয় সংবাদ মাধ্যমে।দেশৰ একাংশ লোকে জীৱন যুদ্ধত হাৰ মানি ভিক্ষা কৰিব লগা হয়।