Home দেশৱাকফ সম্পৰ্কীয় পৰৱৰ্তী শুনানি ১৫ মে’ত: নতুন ন্যায়াধীশে গ্ৰহণ কৰিব সিদ্ধান্ত

ৱাকফ সম্পৰ্কীয় পৰৱৰ্তী শুনানি ১৫ মে’ত: নতুন ন্যায়াধীশে গ্ৰহণ কৰিব সিদ্ধান্ত

by News Desk
A+A-
Reset
CJI

নতুন দিল্লী: সংশোধিত ৱাকফ আইন ২০২৫ৰ সাংবিধানিক বৈধতাক লৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা একাধিক আবেদনৰ আজি শুনানি গ্ৰহণ কৰে সৰ্বোচ্চ আদালতে। হাই ভল্টেজ এই শুনানিৰ ওপৰত সমগ্ৰ দেশে চকু ৰাখিছিল আজি। অৱশ্যে কোনো সিদ্ধান্ত নোহোৱাকৈয়ে অন্ত পৰে আজিৰ শুনানিৰ। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত গঠিত বিচাৰপীঠে কেন্দ্ৰৰ আবেদন মানি লৈ সংশোধিত আইনখনৰ কোনো ধাৰাত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰে।

আদালতে কয় যে বিশদ শুনানি আৰু পৰীক্ষাৰ অন্ততহে ৱাকফ আইন সন্দৰ্ভত চূড়ান্ত নিৰ্দেশনা জাৰি কৰা হ’ব। ফলত এই গোচৰৰ পৰৱৰ্তী শুনানি ১৫ মে’ত ধাৰ্য কৰা হৈছে। লক্ষ্যণীয় যে, এই গোচৰৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত গঠিত বিচাৰপীঠে। আজি সংক্ষিপ্ত শুনানিত মুখ্য ন্যায়াধীশ খান্নাই স্পষ্ট কৰি দিয়ে যে, “মই কোনো ৰায় বা অন্তৱৰ্তীকালীন আদেশ দিব বিচৰা নাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0