96
তুলসীবাৰী/কামপুৰ/শুক্লাই/নগৰবেৰা/দুলীয়াজানা/গোৱালপাৰা/মঙলদৈঃ ১৮৮৯ চনৰ ১৪ নৱেম্বৰত জন্ম গ্ৰহণ কৰিছিল শিশুৰ আপোন পণ্ডিত জৱাহৰলাল নেহৰুৰ। দেশৰ আগশাৰীৰ ৰজনীতিবিদ, চিন্তাৰ নায়ক, আধুনিক ভাৰত নিৰ্মাতা আৰু স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী আছিল পণ্ডিত জৱাহৰলাল নেহৰু।
