53
তুলসীবাৰীঃ উত্তৰ ৰঙিয়াৰ অন্যতম বেচৰকাৰী শিক্ষানুষ্ঠান বিদ্যাজ্যোতি শিশু নিকেতনৰ অংকুৰ শ্ৰেণীৰ ছাত্ৰ আলামীন আলিৰ (৪)আজি আকস্মিক বিয়োগত শোকৰ ছাঁ পৰে৷
তুলসীবাৰী নিবাসী চামাদ আলিৰ কনিষ্ঠ পুত্ৰ আলামিন জ্বৰত ভুগি থকাত সোমবাৰে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে জিএনআৰচি হস্পিতালত ভৰ্তি কৰাই যদিও আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে৷