Home ৰাজ্যনলবাৰীত ভৱেন বৰুৱা শিশু নাট প্ৰতিযোগিতা

নলবাৰীত ভৱেন বৰুৱা শিশু নাট প্ৰতিযোগিতা

by News Desk
54 views
A+A-
Reset

নলবাৰীঃ শুকুৰবাৰে নিশা নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ উদোগত আয়োজিত ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতা খনিৰ  উদ্বোধনী  অনুষ্ঠানত হৈ যায়। আনুষ্ঠানিক ভাৱে নাট প্ৰতিযোগিতা খনি উদ্বোধন কৰে মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াই।

নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত অসমৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডঃ শ্যামল শইকীয়াই স্মৰণিকা ‘সংলাপ’ খন উন্মোচন কৰে। অনুষ্ঠানত মূখ্য অতিথি হিচাপে যুৱ ছাত্ৰ পৰিষদৰ ৰাজ্যিক উপ সভাপতি ৰঞ্জন উপাধ্যায়, বিশিষ্ট অতিথি হিচাপে নলবাৰীৰ উপায়ুক্ত অনন্ত লাল জ্ঞানী, সন্মানীত অতিথি হিচাপে প্ৰাক্তন আলফা তথা যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থ অনুপ চেতিয়া, নলবাৰীৰ পৰিবহন বিষয়া দিলিপ দাস, বিশিষ্ট নাট্যকাৰ-সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মা উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0