59
newsnextone.com | চাবুৱাঃ পৃথিৱীৰ পৰা দৰিদ্ৰতাৰ সমস্যা দূৰ কৰাৰ বাবে বিশ্বৰ প্ৰতিখন দেশে শিক্ষাক বিস্তাৰৰ বাবেই গুৰুত্ব প্ৰদান কৰি আহিছে৷ আমাৰ দেশ ভাৰত তথা ৰাজ্য অসমেও এই ক্ষেত্ৰত পিছ পৰি থকা নাই৷ সকলোৰে বাবে শিক্ষা, পঢ়েগা ইণ্ডিয়া বঢ়েগা ইণ্ডিয়া আদি শ্ল’গানেৰে প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ বাবে কোটি কোটি টকা খৰছ কৰি আহিছে দেশ তথা ৰাজ্যৰ চৰকাৰে৷