107
আটাহ (আমেৰিকা): দুই কিশোৰে চুৰি কৰিলে এখন বিমান। শুনিবলৈ আচহুৱা যেন লাগিলেও ই সঁচা। চিনেমাৰ কাহিনীৰ দৰে লগা এই চুৰিকাণ্ড সমঘটিত হয় আমেৰিকাৰ আটাহত।
১৪ আৰু ১৫ বছৰীয়া কিশোৰ দুজনে বন্ধুৰ লগত থকে পূব আটাহত। প্ৰপ্ত তথ্য মতে, তেওঁলোকে এসপ্তাহৰ পূৰ্বে ঘৰ এৰিছিল পূব আটাহলৈ বুলি।