66
নতুন দিল্লীঃ মুখেৰে ভাৰতৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কথা চীনে আওৰাই থাকে যদিও গোপনে দেশখনে ভাৰতক প্ৰতিহত কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ থাকে৷
চোৰাংচোৱাৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ যে ৰঙা চীনে ভাৰত সীমান্তত সাজু কৰিছে কেইবাটাও ক্ষেপনাস্ত্ৰ গোট৷