58
ৰঙিয়াঃ কৰ্তব্যৰ খাতিৰত বহিঃৰাজ্যত থাকিবলগীয়া হোৱা এগৰাকী জোৱানৰ মৃত্যুৰ বাতৰিয়ে আজি ৰঙিয়াত শোকৰ ছাঁ পেলায়৷ কামৰূপৰ চমুখাৰ ইউনিছৰ ৰহমান নামৰ CISF জন কেইবাদিনৰ পৰা জ্বৰত আক্ৰান্ত হৈ আছিল৷
পত্নী আৰু দুই সন্তান সহ ঝাৰখণ্ডত থকা জোৱানজনক ঝাৰখণ্ডৰ এখন চিকিৎলায়ত চিকিৎসা কৰা হৈ আছিল যদিও বুধবাৰে জোৱান অউনিছৰ মৃত্যু ঘটে৷