53
গুৱাহাটীঃ নৱবৰ্ষৰ আৰম্ভণিতে বি জে পি চৰকাৰে আসমলৈ মাতি আনিব মহাকাল! সংসদৰ চলিত শীতকালীন অধিৱেশনৰ ৪ জানুৱীৰত কেন্দ্ৰীয় চৰকৰে নাৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ সংসদত উত্থাপন কৰাৰ সম্ভাৱনা প্ৰায় নিশ্চিত হৈ পৰিছে।
চৰকাৰৰ এনে কাৰ্যৰ বিৰোধিতাৰে গুৱাহাটী প্ৰেছ ক্লাবত দেওবাৰে এক সংবাদ মেল আয়োজন কৰে নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই।