56
ডিজিটেল ডেস্কঃ আত্মহত্যাৰ বাবে প্ৰোৰোচিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৰিপাব্লিক টিভিৰ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে৷
অৰ্ণৱ গোস্বামীয়ে এগৰাকী আভ্যন্তৰীণ ডিজাইনাৰক মানসিক চাপ সৃষ্টি কৰি আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ অৰ্ণৱ গোস্বামীৰ লগতে আন দুজন ব্যক্তিৰ বিৰুদ্ধেও এই অভিযোগ উত্থাপিত হয়৷