60
শ্ৰীনগৰঃ জন্মু কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত দেওবাৰে উপ নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থাকোতেই গুলিচানলাৰ ঘটনা সংঘটিত হয়৷ শ্ৰীনগৰৰ বডগাম জিলাত সংঘটিত হোৱা এই ঘটনাত ৩জনৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহত হৈছে৷
আৰক্ষীয়ে জনোৱা অনুসৰি ভোটগ্ৰহণৰ সময়ত কিছু লোকে শিলাবৰ্ষণ কৰে৷ এই শিলাবৰ্ষণ ঘটনাৰ প্ৰতুত্যৰ দিবলৈ নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰে৷ উক্ত গুলীচালনাৰ সময়তে বহু লোক আহত হয়৷ তদুপৰি উক্ত গুলীচালনাই ভিৰ কমাবলৈ সক্ষম নহ’ল৷