49
চাবুৱাঃ যোৱা ১৭ দিন ধৰি সন্ধানহীন হৈ থকা ডিব্ৰুগড় জিলাৰ চাবুৱাৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ অনুৰাগ সোনাৰৰ সন্ধান উলিওৱাত আৰক্ষী ব্যৰ্থ হোৱাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷
নিজ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল চাবুৱাৰ অাৰক্ষী থানাৰ অন্তৰ্গত হাতীআলি গাঁৱৰ পিতৃহাৰা দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ অনুৰাগ।