Home বিশ্বপ্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিৰ ঘৰত বোমা

প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিৰ ঘৰত বোমা

by News Desk
A+A-
Reset
hillary-clinton-bill-clinton-afp_650x400_71475115606

ডিজিটেল ডেস্কঃ এফালে পতি আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আনফালে পত্নী একালৰ ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থী। হয়, ক্লিণ্টন দম্পতীৰ কথাকে কোৱা হৈছে। এনে এটা ভিভিআইপি পৰিয়ালৰ ঘৰৰ ভিতৰতে পোৱা গ’ল এটা শক্তিশালী বোমা। নিউয়ৰ্ক চিটিৰ সমীপৱৰ্তী অঞ্চলত থকা প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন আৰু হিলেৰী ক্লিণ্টনৰ বাসগৃহতে বোমাটো পোৱা গৈছে৷ অৱশ্যে ইয়াতকৈ অধিক তথ্য প্ৰকাশ পোৱা নাই৷ মন কৰিবলগীয়া যে কালি দেশখনৰ বিখ্যাত ব্যৱসায়ী তথা ৰাজনীতিক জৰ্জ ছৰছৰ বাসগৃহতো বিস্ফোৰক উদ্ধাৰ হৈছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0