Home ৰাজ্যডংকামোকামত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্তক ভূয়সী প্ৰশংসা

ডংকামোকামত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্তক ভূয়সী প্ৰশংসা

by News Desk
A+A-
Reset
cm89

খেৰণিঃ এক ভয়াৱহ দুৰ্যোগ। বিশ্বব্যাপী কৰ’না ভাইৰাছক লৈ আতংকিত বিশ্ববাসী। বিশ্বৰ চৌদিশে কেৱল মৃত্যুৰ কিৰিলি। সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ ভাৰততো এই ভাইৰাছে পৃথিৱীৰ আন ঠাইৰ দৰে মহামাৰী ৰূপ ল’বলৈ ধৰিছে৷ কৰ’না ভাইৰাছ সংক্ৰমণ হোৱাত প্ৰতিৰোধৰ অৰ্থে ৰাজ্যৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীয়ে ক্ষিপ্ৰতাৰে চেষ্টা অব্যাহত ৰাখিছে৷ 

সংক্ৰমণ প্ৰতিৰোধৰ ব্যৱস্থা কেনেদৰে আগবাঢ়িছে সেয়া চাবলৈ আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম পৰিভ্ৰমণ কৰে৷ লগতে কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ সজাগতা আৰু ল’বলগীয়া ব্যৱস্থা সন্দৰ্ভতো মুখ্যমন্ত্ৰী সোণোৱালে পৰিস্থিতিৰ বুজ লয়৷ লগতে ডংকামোকাম মডেল স্কুলত স্থাপন কৰা কোৱাৰেণ্টাইন কক্ষসমূহো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0