87
ডিজিটেল ডেস্কঃ দেশৰ এগৰাকী মুখ্যমন্ত্ৰীৰ কথমপি প্ৰাণৰক্ষা পৰে৷ তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাৱৰ প্ৰাণৰক্ষা পৰে মঙলবাৰে৷ মঙলবাৰে তেলেংগানাৰ কৰিম নগৰ জিলাৰ পৰা আদিলবাৰ জিলালৈ উৰা মৰাৰ কিছু সময় পূৰ্বে হেলিকপ্তাৰৰ যান্ত্ৰিক বিজুতি ঘটে৷
জানিব পৰা মতে, হেলিকপ্তাৰ খনৰ ভিতৰৰ এটা বেগৰ পৰা বেটাৰীৰ পৰা ধোৱা নিৰ্গত হয় আৰু হেলিকপ্তাৰ খনৰ ভিতৰ ভাগত অগ্নি সংযোগ হয়৷