56
ধিংঃ ধিঙৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত তিনিদিনীয়াকৈ উদযাপন কৰা শ্ৰী শ্ৰী বদলা পদ্ম আতাৰ ৪৭১ তম জন্ম জয়ন্তীৰ শেষৰ দিনটোত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
অন্তিম দিনাৰ শ্ৰী শ্ৰী বদলা পদ্ম আতাৰ বঁটা প্ৰদান অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঋষি আৰু কৃষকৰ মানৱ জীৱনত গুৰুত্বপূৰ্ণ অৱদান আছে বুলি কয়।