Home ৰাজ্যকলিয়াবৰত মইনাৰ কোলাহল, মুখ্যমন্ত্ৰীয়ে দিলে ১২ লাখ

কলিয়াবৰত মইনাৰ কোলাহল, মুখ্যমন্ত্ৰীয়ে দিলে ১২ লাখ

by News Desk
63 views
A+A-
Reset

কলিয়াবৰঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত কলিয়াবৰ অনুষ্ঠিত হোৱা ষষ্ঠদশ দ্বি-বাৰ্ষিক সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহৰ বৃহস্পতিবাৰে অন্তিম দিন৷ শিশু সকলৰ শাৰিৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত মইনা পাৰিজাতৰ তৃতীয় দিনটোত পুৱাই উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে কলিয়াবৰ বিশিষ্ট শিল্পী জগন্নাথ মহন্তই।

সাংস্কৃতিক অনুষ্ঠানৰ লগতে শাৰিৰীক ব্যায়ম, ছবি অংক, মাষ্ট-ফাষ্ট আদি বিভিন্ন অনুষ্ঠানৰে মুখৰিত হৈ হৈ পৰে কলিয়াবৰৰ কুঁৱৰীটোল। দুপৰীয়া মইনা হৃষীকেশ হাতীমতাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ জিলাৰ সভাপতি অনিল শইকীয়াই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0