Home দেশলক্ষ্য বিশেষ পেকেজ, দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে

লক্ষ্য বিশেষ পেকেজ, দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে

by News Desk
A+A-
Reset
DYpnRiLVQAAhTE5

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ৰূপে শপত লোৱাৰ পিছতেই প্ৰথম বাৰলৈ দিল্লী ভ্ৰমণ কৰে বিপ্লৱ কুমাৰ দেৱে৷ সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ত্ৰিপুৰাৰ বিভিন্ন সমস্যা আৰু বিশেষ পেকেজ সন্দৰ্ভত আলোচনা কৰে বুলি জানিব পৰা গৈছে৷  

বিপ্লৱ কুমাৰ দেৱে বিত্ত মন্ত্ৰী অৰুণ জেটলীকো সাক্ষাৎ কৰে৷ ৰাজ্যখনৰ বিত্তীয় অৱস্থাৰ স্থিতিৰ সম্পৰ্কে বৈঠক অনুষ্ঠিত কৰি ত্ৰিপুৰাৰ মন্ত্ৰী পৰিষদে ত্ৰিপুৰা চৰকাৰৰ ৰাজকোষ উদং বুলি অৱগত হৈছিল৷ তাৰ পিছতো ৰাজ্য খনৰ বিত্তীয় অৱস্থাৰ কথা কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিবলৈ দিল্লীত উপস্থিত হয় মুখ্যমন্ত্ৰী৷
   
উল্লেখ্য যে, চলিত বিত্তীয় বৰ্ষত ৰাজ্যখনৰ ঘাটি বাজেট হৈছে ১,৫৮৮.১৯ কোটি টকা৷ এই সংকটৰ পৰা মুক্ত হ’বৰ বাবে বিত্ত মন্ত্ৰণালয়ৰ অধিকাৰীয়ে আগন্তুক তিনি দিনৰ ভিতৰত ৰাজ্যৰ বিত্তীয় স্থিতিৰ ওপৰত ৰিপৰ্ট জমা দিবলৈ কয়৷ লৰিপৰ্ট সমূহ জমা দিয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে দিল্লীলৈ ৰাওনা হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0