66
গুৱাহাটীঃ উৎকণ্ঠাৰ অন্ত পেলাই ঘোষিত হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। এইবাৰৰ পৰীক্ষাত বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল মুঠ ১৭৪৭৮ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে ৩৮০২ গৰাকীয়ে প্ৰথম, ৪৮৮৯ গৰাকীয়ে দ্বিতীয় আৰু ৫৭৬৭ গৰাকী পৰীক্ষাৰ্থীয়ে লাভ কৰে তৃতীয় বিভাগ। বিগত বৰ্ষৰ তুলনাত এইবাৰ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে উত্তীৰ্ণৰ হাৰ। বিগত বৰ্ষৰ ৮৬.০১ৰ বিপৰীতে এইবাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮২.৭২ শতাংশ।
প্ৰথমঃ