Home ৰাজ্যসুতিৰপাৰৰ সহঃ উপ-আৰক্ষী পৰিদৰ্শকে কৰে ধন দাবী, নগাঁও জিলাৰ আৰক্ষী অধীক্ষকক অভিযোগ

সুতিৰপাৰৰ সহঃ উপ-আৰক্ষী পৰিদৰ্শকে কৰে ধন দাবী, নগাঁও জিলাৰ আৰক্ষী অধীক্ষকক অভিযোগ

by News Desk
52 views
A+A-
Reset

newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত সুঁতিৰপাৰ আৰক্ষী পহৰা চকীৰ সহঃ উপ-আৰক্ষী পৰিদৰ্শকৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ সহঃ উপ-আৰক্ষী পৰিদৰ্শকগৰাকী দুৰ্নীতিগ্ৰস্থ বুলি অভিযোগ উত্থাপন কৰি আৰক্ষী পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে নগাঁও জিলা আৰক্ষী অধীক্ষকক এক লিখিত  অভিযোগ দাখিল কৰা ঘটনাই জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

অভিযোগ অনুসৰি, স্থানীয় ২নং বৰালিমাৰী গাঁৱৰ ফকৰ উদ্দিন আৰু আব্দুল মতিনৰ পৰিয়ালৰ মাজত কেইদিনমান পুৰ্বে এক মাৰপিটৰ ঘটনা সংঘটিত হয়। পিছত ঘটনা সন্দৰ্ভত ফকৰ উদ্দিনে আব্দুল মতিনৰ বিৰুদ্ধে উক্ত আৰক্ষী পহৰা চকীখনত এক গোচৰ দাখিল কৰিছিল যদিও স্থানীয় একাংশ সচেতন লোকে উভয় পক্ষৰ আলোচনা মৰ্মে গোচৰটোৰ আপোচ মীমাংসা কৰি এক উমৈহতীয়া পত্ৰযোগে আৰক্ষী পহৰা  চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক অৱগত কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0