61
newsnextone.com | অভয়াপুৰীঃ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ পৰলোক গমণৰ পিছতে সমগ্ৰ দেশ জুৰি শোকৰ বন্যা বৈছে।
দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো ঠায়ে ঠায়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰি গুণমুগ্ধ আৰু বিভিন্ন দল-সংগঠনে অটল বিহাৰী বাজপেয়ীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে।