74
newsnextone.com | ডিজিটেল ডেস্কঃ গোৱা কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ তথা প্ৰাক্তন ৰাজ্যসভা সাংসদ শান্তাৰাম নায়কৰ শনিবাৰে পুৱা ৭ বজাত পৰোলকপ্ৰাপ্তি ঘটে৷
গোৱা প্ৰদেশ কংগ্ৰেছৰ মহাসচিব অল্টিনহো গোম্সে জানিবলৈ দিয়া মতে অতিৰিক্ত চিন্তাৰ চিকাৰ হোৱা ৭২ বৰ্ষীয় শান্তাৰাম নায়কৰ শাৰিৰীক অসুস্থতাৰ বাবে চিকিৎসাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷