51
newsnextone.com | শিৱসাগৰঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমগ্র দেশতে আজি বন্ধ ঘোষণা কৰাৰ পিছত তীব্র প্রতিবাদ সাব্যস্ত কৰিছে কংগ্রেছ কৰ্মী সকলে৷ ইফালে, শিৱসাগৰত ৰাজপথত টায়াৰ জ্বলাই বিক্ষোভ প্রদর্শন কৰিবলৈ আহি আটক হ’ল দলে বলে কংগ্ৰেছৰ কৰ্মী৷
ক্রমাৎ মূল্য বৃদ্ধি পোৱা ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিৰোধী দল কংগ্ৰেছে আহ্বান জনোৱা ভাৰত বন্ধ কাৰ্যসূচী ফলৱৰ্তী কৰিবৰ বাবে দলেবলে উলাই আহিছিল শিৱসাগৰৰ কংগ্ৰেছ কৰ্মীসকল৷