Home ৰাজ্যপুৰুষত্ব হৰণৰ চেষ্টাঃ উৰা বাতৰিক লৈ আতংক

পুৰুষত্ব হৰণৰ চেষ্টাঃ উৰা বাতৰিক লৈ আতংক

by News Desk
54 views
A+A-
Reset

বৰপেটাঃ পুৰুষত্ব হৰণৰ অপচেষ্টা চলাইছে দুষ্টচক্ৰই। আজি এনে এক উৰা বাতৰিক লৈ সমগ্ৰ বৰপেটা জিলাৰ সংখ্যালঘু বসতিপ্ৰধান অঞ্চলসমূহ বিশেষকৈ সৰুক্ষেত্ৰী, বাঘবৰ, জনীয়া, কলগাছিয়া, কয়াকুছি, বৰবালা, জাৰাবাৰী, ভুলুকাবাৰী অঞ্চলত হুলুস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়৷

প্ৰকৃততে কোনো দুষ্ট চক্ৰই উদ্দেশ্য প্ৰণোদিতভাৱে পুৰুষত্ব হৰণৰ চেষ্টা চলিছে বুলি সংখ্যালঘু বসতিপ্ৰধান অঞ্চলসমূহত সম্পূৰ্ণৰূপে ভিত্তিহীন প্ৰচাৰ চলায়৷ বাতৰিটো ৰাইজৰ মাজত বনজুইৰ দৰে বিয়পি পৰাৰ লগে লগে স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ঘৰলৈ দৌৰিবলৈ ধৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0