Home ৰাজ্যবিতৰ্কিত ভিডিঅ’ ৰঙিয়াৰ নহয় বুলি দাবী আৰক্ষীৰ

বিতৰ্কিত ভিডিঅ’ ৰঙিয়াৰ নহয় বুলি দাবী আৰক্ষীৰ

by News Desk
A+A-
Reset
obodo rpnnn

ৰঙিয়াঃ এহাল প্ৰেমিক-প্ৰেমিকাক একাংশ যুৱকে নিৰ্যাতন চলোৱাৰ দৃশ্য সম্বলিত এটি ভিডিঅ’ ক্লিপে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে উক্ত ভিডিঅ’ ক্লিপটো ৰঙিয়া মহকুমাৰ নহয় বুলি আজি প্ৰশাসনে স্পষ্ট কৰে৷

কেইজনমান যুৱকে প্ৰেমিকৰ সন্মুখতে প্ৰেমিকাৰ বক্ষত হাত দি নিৰ্যাতন চলোৱা ভিডিঅ’টো ৰঙিয়া মহকুমাৰ বুলি ব্যাপক প্ৰচাৰ হৈছিল যদিও আজি ৰঙিয়া মহকুমা আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ পেগুৱে ৰঙিয়া মহকুমাত তেনে ঘটনা সংঘটিত হোৱা নাই বুলি দাবী কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0