হিন্দু বাংলাদেশীক গ্ৰেপ্তাৰ কৰি শাস্তিৰ সন্মুখীন ২৯ আৰক্ষী, হোজাইত প্ৰতিক্ৰিয়া

Home ৰাজ্যহিন্দু বাংলাদেশীক গ্ৰেপ্তাৰ কৰি শাস্তিৰ সন্মুখীন ২৯ আৰক্ষী, হোজাইত প্ৰতিক্ৰিয়া

হিন্দু বাংলাদেশীক গ্ৰেপ্তাৰ কৰি শাস্তিৰ সন্মুখীন ২৯ আৰক্ষী, হোজাইত প্ৰতিক্ৰিয়া

by News Desk
69 views
A+A-
Reset

মোৰাঝাৰঃ সীমান্তৰ পহৰা দিয়া আৰক্ষীৰ চকীত ওলমিছে তলা৷ যোৱা দুদিন ধৰি তলা ওলমি আছে চকীসমূহত৷ অসম চৰকাৰৰ গৃহ বিভাগে অসম আৰক্ষীৰ সীমান্ত শাখাৰ ২৯ জনকৈ লোকক একেদিনাই বদলি কৰাত উদ্ভৱ হৈছে এনে পৰিস্থিতিৰ৷ অসম আৰক্ষীৰ এনে নজিৰবিহীন ঘটনাক লৈ হোজাই জিলাৰ লগতে সমগ্ৰ ৰাজ্যতে সৰৱ চৰ্চা অব্যাহত আছে।

হোজাই জিলাত দুজন অবৈধ হিন্দু বাংলাদেশীক গ্ৰেপ্তাৰ কৰাৰ পাছতে অসম আৰক্ষীৰ ২৯ জনকৈ লোকক তাৎক্ষণিকভাৱে বদলি কৰা বুলি ব্যাপক চৰ্চা আৰম্ভ হৈছে হোজাই জিলাত৷ পৰিদৰ্শক, হাবিলদাৰসহ ২৯ জন অসম আৰক্ষীৰ লোকক বদলি কৰাত হোজাই জিলাৰ দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0