Home দেশমছজিদৰ সমুখতে নৃশংস হত্যা আৰক্ষী বিষয়াক

মছজিদৰ সমুখতে নৃশংস হত্যা আৰক্ষী বিষয়াক

by News Desk
67 views
A+A-
Reset

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ ৰাজধানী চহৰ শ্ৰীনগৰৰ জামিয়া মছজিদৰ সমুখতে সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষী বিষয়াক বৃহস্পতি বাৰে আবেলি নামাজৰ সময়তে উত্তেজিত জনতাই চোচৰাই নি নিৰ্মমভাৱে হত্যা কৰা ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

উপ আৰক্ষী অধীক্ষক মহম্মদ আয়ুব পণ্ডিতক সুৰক্ষা আৰু তদাৰকীৰ দায়িত্বত মছজিদটোৰ বাহিৰতে তহল দি আছিল। আত্মৰক্ষাৰ বাবেই উত্তেজিত জনতাৰ ওপৰত গুলি চলোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰে জনতা। প্ৰত্যুত্তৰত জনতাই সমূহীয়াকৈ আক্ৰমণ চলাই আৰক্ষী বিষয়াজনক আক্ৰমণ কৰি চোচৰাই লৈ যায়। তাতেই নৃশংস ভাৱে হত্যা কৰা হয় বিষয়াজনক।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0