76
থিৰুৱানন্তপুৰমঃ নভেল কৰ’না। দেশত এতিয়ালৈ ৫ জন লোক ইয়াৰ চিকাৰ হৈছে। বিমান বন্দৰৰ পৰা অহা লোকসকলক কোৱাৰেণ্টাইন হৈ থকাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। মহাৰাষ্ট্ৰসহ কেবাখনো ৰাজ্যত ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকিবলৈ জাননী জাৰি কৰা হৈছে। কিন্তু বহুতেই সেয়া মানিবলৈ অস্বীকাৰ কৰা দেখা গৈছে। কিছুমানে আকৌ পৰীক্ষা-নিৰীক্ষাৰ পৰাও নিজকে দূৰত ৰাখিছে আৰু কোৱাৰেণ্টাইনো কৰা নাই। ফলত নিজৰ লগতে এইসকল লোকে বিপদ মাতি আনিছে আনসকললৈও।
এজনৰ ভুলৰ বাবে বিপদত পৰিল বহুজন