১২ বছৰীয়া সন্তানৰ নামতো পঞ্চায়ত সভাপতিয়ে কৰিছে গৃহ আবন্টন, নাকী...

Home ৰাজ্য১২ বছৰীয়া সন্তানৰ নামতো পঞ্চায়ত সভাপতিয়ে কৰিছে গৃহ আবন্টন, নাকী লগাব কোনে?

১২ বছৰীয়া সন্তানৰ নামতো পঞ্চায়ত সভাপতিয়ে কৰিছে গৃহ আবন্টন, নাকী লগাব কোনে?

by News Desk
54 views
A+A-
Reset

ধিংঃ সভাপতিৰ ১২ বছৰীয়া পুত্ৰৰ নামত আছে চৰকাৰী আৱাস যোজনাৰ গৃহ৷ এই অভিযোগ উত্থাপন কৰিছে বটদ্ৰৱা উন্নয়ন খণ্ডৰ চহৰীয়া পঞ্চায়তৰ অন্তৰ্গত ৰাইজৰ৷ নগাঁও জিলাৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ চহৰীয়া পঞ্চায়তৰ  সভাপতি, জি আৰ এছ, কনিষ্ঠ অভিযন্তা, চি এছ পিয়ে মিলি জালিয়াতিৰে দৰিদ্ৰ হিতাধিকাৰীলৈ আবন্টিত বহু আই এ ৱাই গৃহৰ ধন আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে। পঞ্চায়তৰ সভাপতিয়ে জালিয়াতিৰে আৰু ভুল ঠিকনাৰে নিজৰ ১২ বছৰীয়া পুত্ৰ সন্তানৰ নামতো আই এ ৱাই গৃহ আবন্টনৰ অভিযোগ উঠিছে৷

পঞ্চায়তৰ গৃহ আবন্টনক লৈ সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাত ইতিমধ্যে স্থানীয় ৰাইজে চহৰীয়া পঞ্চায়তৰ  সভাপতি, জি আৰ এছ, কনিষ্ঠ অভিযন্তা আৰু চি এছ পিৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰণ শাখাত লিখিত অভিযোগ দাখিল কৰিছে৷ প্রাপ্ত অভিযোগ আৰু তথ্য অনুসৰি, চহৰীয়া গাঁওপঞ্চায়তত দৰিদ্র হিতাধিকাৰীৰ নামত বিগত ২০১৫-১৬ বৰ্ষত সৰ্বমুঠ ৫৭ টা আই এ ৱাই গৃহ আবন্টন হৈছিল। ই

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0