Home ৰাজ্যমোৰাঝাৰত দূৰ্নীতি হৈছে, কিন্তু হোৱা নাই তদন্ত

মোৰাঝাৰত দূৰ্নীতি হৈছে, কিন্তু হোৱা নাই তদন্ত

by News Desk
61 views
A+A-
Reset

মোৰাঝাৰঃ হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ ১৩নং আমবাৰী গাঁও পঞ্চায়তত সংঘটিত হৈছে অনিয়ম আৰু দূৰ্নীতি। বহু জনপ্ৰতিনিধি ৰঙা ঘৰৰ আলহী হোৱাৰ পাছতো নিৰ্মুল হোৱা নাই দূৰ্নীতি।প্ৰাপ্ত তথ্য মতে, ২০১৫-১৬ বিত্তীয় বৰ্ষৰ ধনেৰে পশ্চিম আমবাৰী প্ৰাথমিক বিদ্যালয়ত বৃক্ষৰোপন আৰু মাটী পেলোৱাৰ নামত দহ লাখ টকা মোকলাই আনি দহ শতাংশ কাম কৰি বাকী ধন আত্মাসাৎ কৰে পঞ্চায়তখনৰ সভাপতিয়ে। 

একে বৰ্ষত আমবাৰী-জয়নগৰ পথৰ পৰা আতাউৰ ৰহমানৰ ঘৰলৈ বৃক্ষৰোপনৰ নামত ২২ লাখ টকা, জলসিঞ্চন নলা উন্নয়নৰ নামত ১০ লাখ টকা আৰু ৰাজীৱ গান্ধী সেৱা কেন্দ্ৰৰ নামত ১০ লাখ টকা মোকলাই আনি পঞ্চায়তৰ সভাপতি আব্দুল হান্নান আৰু সচিব আবুল কালামে মিলি সমুদায় ধন আত্মাসাৎ কৰাৰ অভিযোগ তুলিছে ৰাইজে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0