65
লংকাঃ লামডিং আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আজি লামডিং বজাৰৰ জ্যোতি চিনেমা হলৰ সমীপৰ শৰ্মা উপাধিৰ এগৰাকী মহিলাৰ এখন হোটেলত অভিযান চলায়৷
হোটেলখনৰ এটি কোঠাৰ পৰা আৰক্ষীয়ে এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ লগতে এজন ২৭ বছৰীয়া যুৱকক অসংযত অৱস্থাত আটক কৰে