134
newsnextone.com | বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ অন্তৰ্গত বালিপথাৰৰ লাংটুক টেৰণ গাঁৱত কেইবাটাও পশুধনৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ একেটা স্থানতে ১৭টা পশুধনৰ মৃত্যু হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷
