Home ৰাজ্যপুঁজিপতিৰ পকেটত থকা চৰকাৰে মূল্যবৃদ্ধি কৰি খাটিখোৱা জনসাধাৰণক ধ্বংস কৰিব খুজিছে

পুঁজিপতিৰ পকেটত থকা চৰকাৰে মূল্যবৃদ্ধি কৰি খাটিখোৱা জনসাধাৰণক ধ্বংস কৰিব খুজিছে

by News Desk
62 views
A+A-
Reset

newsnextone.com | জয়সাগৰঃ উজনিৰ শিৱসাগৰ জিলাৰ সদৰত মঙলবাৰে বামপন্থী সংগঠন সমূহে গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে৷ চহৰৰ মাজেৰে মিছিল কৰি গৈ শিৱসাদৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা প্ৰদৰ্শন কৰে৷

তিনি শতাধিক কমৰেডে চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ধৰ্ণা প্ৰদৰ্শন কৰি চৰকাৰে ধৰ্মৰ নামতহে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে৷ দেশৰ উন্নয়নৰ পৰিৱৰ্তে, সৰ্বহাৰাৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তে পুঁজিপতিৰ পকেটত সোমাই থকা চৰকাৰে মূল্যবৃদ্ধি কৰি শ্ৰমিক, মজদুৰ, খাটিখোৱা জনসাধাৰণক ধ্বংস কৰিব খুজিছে বুলি অভিযোগ উত্থাপন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0