যুৱতীৰ টুইটে কপাইছে দিল্লী, চিপিএমৰ ৰাজ্যসভাৰ সাংসদৰ গণ্ডগোলীয়া প্ৰেম

Home দেশযুৱতীৰ টুইটে কপাইছে দিল্লী, চিপিএমৰ ৰাজ্যসভাৰ সাংসদৰ গণ্ডগোলীয়া প্ৰেম

যুৱতীৰ টুইটে কপাইছে দিল্লী, চিপিএমৰ ৰাজ্যসভাৰ সাংসদৰ গণ্ডগোলীয়া প্ৰেম

by News Desk
69 views
A+A-
Reset

ডিজিটেল ডেস্কঃ এগৰাকী যুৱতীৰ টুইটে কপাইছে দিল্লী৷ এটাৰ পিছত এটা টুইটে একপ্ৰকাৰ খলকনি লগাইছে দিল্লীত৷ টুইট কৰা যুৱতীগৰাকীয়ে এগৰাকী ৰাজ্য সভাৰ সাংসদে বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি সহবাস কৰি প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে৷ যুৱতীগৰাকীয়ে সৰু সৰু মানুহলৈ টুইট কৰা নাই৷ ছয় অক্টোবৰত তেও টুইট কৰিছে কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধী, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, সাংসদ চেলিম আদিৰ দৰে ৰাজনৈতিক দলৰ নেতাক৷

যুৱতীগৰাকীয়ে এই সকল নেতাৰ পৰা সহায় বিছাৰে৷ নম্ৰতা নামৰ যুৱতীগৰাকীয়ে ৰাজ্যসভাৰ সাংসদ চিপিএম নেতা ঋতব্ৰত বন্দোপাধ্যায়ৰ বিৰুদ্ধে বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি সহবাস কৰি প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে৷ বিয়াৰ প্ৰতিশ্ৰুতি দি সহবাস কৰি নম্ৰতাক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে চিপিএম দলৰ পৰা বহিস্কাৰ কৰিছিল ঋতব্ৰত বন্দোপাধ্যায়ক৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0