51
ডিজিটেল ডেস্কঃ কেৰালাৰ চিপিএমৰ নেতা আৰ বৈজুক মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰে শনিবাৰে৷ কেৰালাৰ ফাষ্ট্ৰ ট্ৰেক আদালতে শনিবাৰে এই ৰায় প্ৰদান কৰে৷ আৰ বৈজু চিপিআই স্থানীয় সম্পাদক আছিল৷
২০০৯ চনত কংগ্ৰেছ নেতা কে এছ দিবাকৰণৰ হত্যাৰ অভিযোগ উত্থাপন হৈছিল বৈজুৰ বিৰুদ্ধে৷ দীৰ্ঘ দিন গোচৰ চলাৰ অন্তত আদালতে মুঠ ৫ গৰাকী লোকক দোষী সাব্যস্ত কৰে যদিও একমাত্ৰ বৈজুক প্ৰাণদণ্ড ঘোষণা কৰে৷ অন্য কেইজনক যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা কৰে৷