49
ডিফুঃ কাৰ্বি পাহাৰৰ ডিফুৰ বিৰলাস্থিত ২০-বিএন চিআৰপিএফৰ মুখ্য কাৰ্যালয়ত সোমবাৰে চিআৰপিএফৰ ২০-বিএনৰ সোণালী জয়ন্তী বৰ্ষ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়৷ সোমবাৰে পুৱা বাহিনীৰ পতাকা উত্তোলন কৰে কমাণ্ডেন্ট অনিল কুমাৰে৷
