Home ৰাজ্যচলন্ত ৰেলত উঠিবলৈ গৈ অসমৰ চিআৰপিএফৰ জোৱানৰ মৃত্যু

চলন্ত ৰেলত উঠিবলৈ গৈ অসমৰ চিআৰপিএফৰ জোৱানৰ মৃত্যু

by News Desk
58 views
A+A-
Reset

অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ অভয়াপুৰী ৰেল ষ্টেচনত শনিবাৰে এখন চলন্ত যাত্ৰীবাহী ৰেলত উঠিবলৈ গৈ পিছলি পৰি মৃত্যুক আকোৱালি লয় এগৰাকী চিআৰপিএফ জোৱানে৷ বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত লালমাটি গনেশপুৰৰ নিবাসী মহম্মদ আলি(৫৫) নামৰ চিআৰপিএফৰ জোৱানজনে ছুটিলৈ ঘৰত অহাৰ পিছত নিজ গৃহৰ পৰা শনিবাৰে কৰ্মস্থলী ডিমাপুৰ অভিমুখে যাবলৈ নিউ বঙাইগাঁৱৰ পৰা যাবৰ বাবে ৰেলত উঠাৰ চেষ্টা কৰে৷

জানিব পৰা মতে, চলন্ত ৰেলখনত দৌৰি উঠিবলৈ চেষ্টা কৰোঁতে পিছলি ৰেললাইনত পৰি যোৱাত ৰেলখনে মহতিয়াই লৈ যোৱাত লোকজনৰ শৰীৰ ছিন্ন-ভিন্ন হৈ পৰে। আনপিনে, এই দৃশ্য ষ্টেচনত থকা কেইগৰাকীমান যাত্ৰী আৰু স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ততাতৈয়াকৈ ঘটনাস্থলীত আৰক্ষী আৰু ৰেলবিভাগৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0