Home দেশস্কুলত সন্ত্ৰাসবাদী, অব্যাহত সেনাৰ অভিযান

স্কুলত সন্ত্ৰাসবাদী, অব্যাহত সেনাৰ অভিযান

by News Desk
70 views
A+A-
Reset

ডিজিটেল ডেস্কঃ শনিবাৰে আবেলি শ্ৰীনগৰৰ পান্থা চকত চিআৰপিএফ জোৱানৰ ওপৰত আক্ৰমণ চলোৱা সন্ত্ৰাসবাদীয়ে শ্ৰীনগৰস্থিত দিল্লী পাবলিক স্কুলত আশ্ৰয় লৈ থকাৰ পিছতেই সেনাই কৌশলগতভাৱে অভিযান অব্যাহত ৰাখিছে।

কাহিলীপুৱা ৩.৪০ বজাতে গুলিয়াগুলি আৰম্ভ হয় সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত। চিআৰপিএফৰ ২৯ নং বেটেলিয়নৰ ওপৰত শনিবাৰে সন্ধিয়া আক্ৰমণ চলোৱাৰ পিছতে শ্ৰীনগৰ-জম্মুৰ হাইৱেৰ কাষতে থকা বিদ্যালয়খনত প্ৰৱেশ কৰে সন্ত্ৰাসবাদীকেইজন। উল্লেখ্য যে তেতিয়ালৈ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীয়ে বিদ্যালয় এৰিছিল।      

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0