Home ৰাজ্যচাৰিদুৱাৰত চি আৰ পি এফে বিতৰণ কৰিল সৌৰশক্তিৰ লেম্প

চাৰিদুৱাৰত চি আৰ পি এফে বিতৰণ কৰিল সৌৰশক্তিৰ লেম্প

by News Desk
51 views
A+A-
Reset

বালিপৰাঃ সোমবাৰে চি আৰ পি এফে শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তত জৰিদ্ৰ পৰিয়লৰ মাজত সৌৰ শক্তি চালিত লেম্প বিতৰণ কৰে৷ চাৰিদুৱাৰস্থিত চিআৰপিএফৰ ৩০নং বেটেলিয়নে কেম্পত অনুষ্ঠিত কাৰ্যসুচীৰ জড়িয়তে বিতৰণ কৰে লেম্প সমূহ৷

চাৰিদুৱাৰৰ এলেকাৰ বগীজুলি, চেঙেলীমাৰী, নলঘাঘৰী, মোলানগাঁৱকে ধৰি কেইবাখনো গাঁৱৰ লোকৰ মাজত সৰ্বমুঠ ৬৩টা সৌৰশক্তিচালিত লেম্প বিতৰণ কৰে। অনুষ্ঠানটোত চি আৰ পি এফৰ ৩০নং বেটেলিয়নৰ কমাণ্ডেন্ট জনাৰ্দন উপাধ্যায়, ডেপুটি কমাণ্ডেন্ট মিনা ৰাণী বৰা, চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ড০ সূৰ্যকমল বৰা, চাৰিদুৱাৰ আৰক্ষী থানাৰ বিষয়া সতীশ চাহুৰ লগতে ভালেমান লোক উপস্থিত থাকে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0