53
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ পিছতে মাওবাদীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে সেনাবাহিনী। দেশৰ কেইবাখনো ৰাজ্যত মাওবাদীৰ আক্ৰমণৰ পিছতেই ২৪ এপ্ৰিলৰ পৰা নক্সাল উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে সেনাই৷
এনে এক অভিযানতে ছত্তিসগড়ৰ পৰা ৭২ জন মাওবাদী আটক কৰিছে চিআৰপিএফে৷ অভিযান কালত বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ হয়৷ বিগত ২০ দিনত প্ৰায় ৯৮ টা এনে অভিযান চলোৱা হৈছে৷