লংকাঃ NRC কৰ্তৃপক্ষৰ বাবে কান্দোনত ভাগি পৰিছে থলুৱা মহিলাই৷ বংশ বৃক্ষ পৰীক্ষণৰ বাবে আমন্ত্ৰণ জনাই তলা ওলোমাই থোৱা প্ৰত্যক্ষ কৰি কান্দোনত ভাগি পৰিছে কেইগৰাকীমান মহিলাই৷
NRCৰ কাৰ্যালয়ত এগৰাকীও মানুহ প্ৰত্যক্ষ নকৰি কান্দোনত ভাগি পৰিছে মহিলাকেইগৰাকীয়ে৷ হোজাই জিলাৰ ডবকালৈ আহিছিল শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলাৰ মহিলা কেইগৰাকীয়ে৷ বৃহস্পতিবাৰে নিশা বাছত উঠি শুকুৰবাৰে পুৱাই ডবকা পোৱাৰ পিছত NRCৰ কাৰ্যালয়ত উপস্থিত হৈ কাৰ্যালয়ত তলা ওলমি থকা প্ৰত্যক্ষ কৰি চকু কপালত উঠে৷