ডিজিটেল ডেস্কঃ কলকাতা উচ্চ ন্যায়লয়ে পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনৰ মনোয়ন পত্ৰ দাখিলৰ দিন পুনৰ ঘোষনা কৰাৰ পিছতেই আকৌ এবাৰ ৰক্তাক্ত হৈ পৰিল কলকাতা৷ সোমবাৰে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যখনত অশান্তিৰ ধুমুহা ববলৈ ধৰে৷ ইফালে শাসক আৰু বিৰোধী দলৰ মাজৰ সংঘাত মাৰধৰলৈ পৰিণত হোৱা পৰিলক্ষিত হয়৷ বিৰোধী দলে শাসক দলৰ বিৰুদ্ধে সংঘাত সৃষ্টিৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে শাসক দলেও বিৰোধী দলৰ বিৰুদ্ধে মাৰধৰ কৰাৰ অভিযোগ উত্থাপন কৰাত পৰিস্থিতি ভয়াবহ ৰূপ ধাৰণ কৰিছে৷
মনোনয়ন পর্বের শেষ দিনেও আক্রান্ত সমস্ত বিরোধী দলের কর্মী, আক্রান্ত সাংবাদিক বন্ধুরাও ।।
1ম ছবি:-
বিকাশ সেন, আর প্লাস নিউজের সাংবাদিক
2য় ছবি:- সঞ্জয় দে, এই সময় পত্রিকা pic.twitter.com/fnfYSBejtM