Home ৰাজ্যঅসহনীয় গৰম খেদি অহা ঘূৰ্ণি ৰেমালৰ বিধ্বংসী ৰূপ, অসমত কাঢ়িলে ৪জনৰ প্ৰাণ…

অসহনীয় গৰম খেদি অহা ঘূৰ্ণি ৰেমালৰ বিধ্বংসী ৰূপ, অসমত কাঢ়িলে ৪জনৰ প্ৰাণ…

by News Desk
A+A-
Reset
remal-cyclone

সোমবাৰে বিয়লি পৰ্যন্ত প্ৰখৰ ৰ’দে দহি নিছিল সমগ্ৰ অসমক। সকলো অভিলেখ ভংগ কৰি পাৰাস্তম্ভ উৰ্ধগামী হৈ তাপমাত্ৰাই অতিক্ৰম কৰিছিল ৪০ ডিগ্ৰীৰ সীমা। নেটিজেনৰ উৎকট গৰম সম্পৰ্কীয় পোষ্টেৰে ভৰি পৰিছিল ছ’চিয়েল মিডিয়া। গ্ৰীষ্মপ্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি কেবাখনো জিলাত বিদ্যালয়ৰ সময়সীমা প্ৰশাসনে আগুৱাই দিছিল। এনে পৰিস্থিতিত গৰমক লৈ তীব্ৰ অস্বস্তিত দিন কটাই সকলোৱে বাট চাইছিল মুষলধাৰ এজাক বৰষুণলৈ। 

অৱশেষত বাংলাদেশ আৰু পশ্চিমবংগত তাণ্ডৱ চলোৱাৰ অন্তত সোমবাৰে অসমত প্ৰৱেশ কৰে ক্ৰান্তীয় ঘূৰ্ণি ৰেমাল। ৰেমালৰ প্ৰভাৱত সন্ধিয়াৰে পৰা ৰাজ্যৰ ভিন্নপ্ৰান্তত বৰষুণ পৰিবলৈ আৰম্ভ কৰে। নিশা প্ৰায় ১২.৩০ বজাৰ পিছতে নামনি অসমৰ লগতে গুৱাহাটী মহানগৰীতো বিধ্বংসী ৰূপ ধাৰণ কৰে ঘূৰ্ণি ৰেমালে। প্ৰচণ্ড ঘূৰ্ণিৰ ফলত ৰাজ্যখনত এই পৰ্যন্ত ৩ জন লোকে প্ৰাণ হেৰুওৱাৰ খবৰ লাভ কৰা হৈছে। ইতিমধ্যে দুৰ্যোগ প্ৰশমন বিভাগ আৰু স্থানীয় প্ৰশাসনে ভিন্ন স্থানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0