Home ৰাজ্যশিক্ষকে চৰকাৰক দিলে ১৫ কোটি ৭৫ লাখ টকা, NIOS-D.EL.Ed-এ কন্দুৱাইছে শিক্ষকক

শিক্ষকে চৰকাৰক দিলে ১৫ কোটি ৭৫ লাখ টকা, NIOS-D.EL.Ed-এ কন্দুৱাইছে শিক্ষকক

by News Desk
110 views
A+A-
Reset

গোৰেশ্বৰঃ শিক্ষা বিভাগৰ নিৰ্দেশত ৰাজ্যত শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে বাধ্যতামূলক কৰিবলৈ যোজা চলি থকা D.EL.Ed ৰ ডিগ্ৰী প্ৰদানৰ নামত চলি থকা সমগ্ৰ প্ৰক্ৰিয়া চৰম ভেকোঁভাওনাত পৰিণত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। সমগ্ৰ ৰাজ্যতে শিক্ষকসকলে হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হৈছে। ২০১৭ চনৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহত অনলাইন যোগে ৰাজ্যৰ শিক্ষা বিভাগে D.EL.Ed ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল যদিও আজিলৈ অধ্যয়ন কেন্দ্ৰৰ সমস্যাই আঁতৰ কৰিব পৰা নাই ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগে।

ৰাজ্যৰ শিক্ষা বিভাগে D.EL.Edৰ পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষক-শিক্ষয়িত্ৰীক ডিগ্ৰী প্ৰদানৰ দায়িত্ব প্ৰদান কৰে নেচনেল ইন্সটিটিউট অৱ অপেন স্কুলিং চমুকৈ NSOSক। ফেব্ৰুৱাৰী মাহৰে পৰা ডিএলএডৰ অধ্যয়ন কেন্দ্ৰ সমূহত পাঠদান আৰম্ভ হ’ব লাগিছিল যদিও  NIOS নামৰ সংস্থাটোৱে আজিকোপতি ডিএলএডৰ আবেদনকাৰীসকলক অধ্যয়ন কেন্দ্ৰ সঠিক কৰি দিব পৰা নাই৷ যাৰ বাবে প্ৰশিক্ষাৰ্থীসকলে অনিশ্চয়তাত ভুগিব লগা হোৱাৰ লগতে মানসিক চাপ আৰু বোজা বহন কৰিব লগা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0