১০০-১৫০ কিঃমিঃ দূৰত্ব বাটকুৰিবাই শিক্ষক-শিক্ষয়িত্ৰীও পঢ়িবলৈ যায়

Home ৰাজ্য১০০-১৫০ কিঃমিঃ দূৰত্ব বাটকুৰিবাই শিক্ষক-শিক্ষয়িত্ৰীও পঢ়িবলৈ যায়

১০০-১৫০ কিঃমিঃ দূৰত্ব বাটকুৰিবাই শিক্ষক-শিক্ষয়িত্ৰীও পঢ়িবলৈ যায়

by News Desk
55 views
A+A-
Reset

বৰপথাৰঃ ন’ ন’ আঁচনি ৰূপায়ণৰ জৰিয়তে, নতুন নতুন পদক্ষেপ গ্ৰহণেৰে ৰাজ্য চৰকাৰে যিমানেই শিক্ষাৰ ক্ষেত্ৰখনত উত্তৰণ ঘটাব বিচাৰিছে, সিমানেই কঠোৰ হৈ পৰিছে শিক্ষক-কৰ্মচাৰীসকলৰ নীতি-নিয়মসমূহ৷ দেশৰ শিক্ষা বিভাগে বৰ্তমান শিক্ষকতা বৃত্তিটোত জড়িত হ’ব পৰাকৈ  ডিগ্ৰী-ডিপ্ল’মা অনিবাৰ্য্য কৰিছে৷ যাৰ পৰিপেক্ষিতত পূৰ্বৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও পুনৰ গ্ৰহণ কৰিবলগীয়া হৈছে শিক্ষাৰ ডিপ্ল’মা পাঠ্যক্ৰমৰ অৰ্হতা৷

এই অৰ্হতা ল’বলৈ যাওঁতে শিক্ষক-শিক্ষয়িত্ৰীসকলে বহুতো সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে৷ উল্লেখ্য যে, শিক্ষাৰ অধিকাৰ আইন ২০০৯ ৰ এক নিৰ্দেশনা অনুসৰি দেশৰ অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী সকলক শিক্ষাৰ ডিপ্ল’মা পাঠ্যক্ৰম (ডি,এল,এড) অৰ্হতা অহা দুটা বছৰৰ ভিতৰত সম্পন্ন কৰিবৰ বাবে ভাৰত চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ে আহ্বান জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0